Download Now Banner

This browser does not support the video element.

শদিয়া: অমৰপুৰ লাচন গাওঁত এটা নতুনকৈ বহুৱা দমকলৰ পানীত অগ্নি সংযোগ কৰাত প্ৰজ্বলিত হৈ উঠে

Sadiya, Tinsukia | Sep 28, 2025
দেওবাৰে শদিয়াৰ অমৰপুৰ লাচন গাওঁত অদ্ভুত ঘটনা - গাওঁ খনৰ অলুম পাংগিং নামৰ এঘৰ লোকৰ ঘৰত নতুনকৈ দমকল পোটাৰ সময়ত সংঘটিত হয় এই ঘটনা - নতুনকৈ দমকল পুতিবলৈ লোৱাৰ পিছত দমকলটোৰ পৰা স্বয়ংক্ৰিয়ভাৱে পানী নিৰ্গত হৈ আছিল ।স্থানীয় ৰাইজে পানী নিৰ্গত হৈ থকা সময়ত দমকলটোৰ মুখখনত অগ্নি সংযোগ কৰাত প্ৰজ্বলিত হৈ উঠে এই ৰাসায়নিক পদাৰ্থ খিনি ।
Read More News
T & CPrivacy PolicyContact Us