Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: বৰগুৰি এছ পি কনফাৰেন্স হলত জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱলৈ ৰাজহুৱা সম্বৰ্ধনা

Tinsukia, Tinsukia | Aug 27, 2025
তিনিচুকীয়া জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱলৈ ৰাষ্ট্ৰপতিৰ সাহসীকতাৰ পদকৰ নাম ঘোষণাৰ পিছতে আনন্দিত হৈ পৰিছে জিলাখন ৰাইজ। বুধবাৰে বিয়লি প্রায় ৫ বজাত বৰগুৰি এছ পি কনফাৰেন্স হলত ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰায় ২৮ টা সংগঠনৰ প্ৰতিনিধি আৰু বিভিন্ন জনগোষ্ঠীয় জনসভাৰ গণ্যমান্য ব্যক্তি উপস্থিত থাকি জিলা আৰক্ষী অধীক্ষক গৰাকীক সম্বৰ্ধনা পত্ৰ,গামোচা ,চেলেং ,ফুলৰ থোপাৰে বিশেষ ভাৱে সম্বৰ্ধনা জনায়।
Read More News
T & CPrivacy PolicyContact Us