Install App
priyanka1162
This browser does not support the video element.
তিতাবৰ: লেতুৱা বস্তিত বন্যহস্তীৰ উপদ্রৱ,ভাঙিছে ঘৰ নষ্ট খেতি পথাৰ,টোপনিহৰিছে ৰাইজৰ,কুম্ভকৰ্ণৰ নিদ্ৰাত বিয়াগোম বনবিভাগ #jansamasya
Titabor, Jorhat | Sep 10, 2025
যোৰহাটৰ তিতাবৰৰ বৃহত্তৰ এটা অঞ্চলত আজি এটা সপ্তাহে টোপনি নোহোৱা হৈছে ৰাইজৰ । নিশা টোপনি আহিলেই কোন সময়ত বন্যহস্তীয়ে ঘৰ ভাঙি থৈ যায় তাৰ ঠিকনা নাই । সেয়ে নিশা উজগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে । বনৰীয়া হাতীয়ে বিগত এটা সপ্তাহে তিতাবৰৰ লেতুৱা বস্তিত চলাই আছে উপদ্ৰব । ইতিমধ্যে বনৰীয়া হাতীয়ে কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে নষ্ট কৰিলে বহু ধান খেতি ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!