This browser does not support the video element.
সোণাৰি: চৰাইদেউৰ কাকতিবাৰীত ৰাইজে খেদি খেদি এটা চোৰ কৰায়ত্ত কৰাৰ লগতে এখন স্কুটি উদ্ধাৰ, ঘটনা স্থলীত উপস্থিত আৰক্ষী
Sonari, Charaideo | Sep 9, 2025
মৰাণৰ কৃষ্ণ গোৱালা নামৰ এজন যুৱকে কৰম সন্মিলনৰ কামৰ বাবে মৰাণত অৱস্থিত পাহি প্ৰেছত তেওঁৰ স্কুটিখন ৰাখি প্ৰৱেশ কৰে।তেওঁ উলাই আহি দেখে যে স্কুটিখন উক্ত স্থানত নাই।উক্ত স্কুটিখনৰ ডিকিত প্ৰায় ১৬, ৫০০ নগদ টকা, দুখন চেক আৰু কিছু কাগজ পত্ৰ আছিল।বিষয়টো লগৰ সকলোকে জনোৱাৰ পিছত খেদি খেদি কাকতিবাৰী অঞ্চলত স্কুটিসহ এটা চোৰক কৰায়ত্ত কৰা হয়। চোৰটো খুমটাইৰ চকলীয়াৰ বুলি জানিব পৰা গৈছে।কাকতিবাৰীৰ ৰাইজৰ সহযোগত মৰাণৰ গভাইত চুৰটোক আটক কৰা হয়। অভিযোগ অনুসৰি মৰাণ নগৰৰ মাজ মজিয়াৰ পৰা