This browser does not support the video element.
মাৰ্ঘেৰিটা: ডিগবৈত অশিক্ষিত মহিলা শ্ৰমিকৰ টকা হৰলুকী কৰাৰ অভিযোগত এজন যুৱকক আটক আৰক্ষীৰ
Margherita, Tinsukia | Sep 8, 2025
দেওবাৰে নিশা প্ৰায় ৮ মান বজাতডিগবৈত অশিক্ষিত মহিলা শ্ৰমিকৰ টকা হৰলুকী কৰাৰ অভিযোগত এজন যুৱকক আটক কৰে ডিগবৈ আৰক্ষীয়ে। মহিলা গৰাকী ডিগবৈ পাৱৈ চাহ বাগিছাৰ শ্ৰমিক মংগলী ৰাজু । জানিব পৰা মতে মংগলী ৰাজু নামৰ মহিলাগৰাকীয়ে বেংকৰ কাম কাজ কৰি দিবলৈ শিৱাক সকলো নথি পত্ৰ প্ৰদান কৰিছিল।বেংক একাউণ্টত নিজৰ ম'বাইল নম্বৰ link কৰি Google pay খুলি লক্ষাধিক টকা হৰলুকী কৰে ।