Download Now Banner

This browser does not support the video element.

দলগাঁও ভাগ: জানাজাত অংশ নলয় ইমামসকলে,বেছিমাৰীত কেন্দ্ৰীয় জামে মছজিদ কমিটিৰ সমাজৰ কঠোৰ সিদ্ধান্ত

Dalgaon Part, Darrang | Aug 30, 2025
বেছিমাৰী কেন্দ্ৰীয় জামে মছজিদ কমিটিৰ প্ৰশংসনীয় পদক্ষেপ৷ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে দৰং জিলাৰ বেছিমাৰীতো দিনকদিঢ়নে সমাজ বিৰোধী কামত লিপ্ত হৈছে একাংশই৷বিশেষকৈ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে বৃহত্তৰ বেছিমাৰী অঞ্চল৷ ড্ৰাগছ,মদ ভাং খোৱা ব্যক্তি আৰু ব্যৱসায় কৰা ব্যক্তি সকলক জানাজা আৰু কবৰস্থ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বেছিমাৰী কেন্দ্ৰীয় জামে মছজিদ কমিটিয়ে৷বেছিমাৰীক ড্ৰাগছ ,মদ আৰু ভাং মুক্ত কৰিবলৈ ইতিমধ্যে এটা কমিটি গঠন কৰা হৈছে
Read More News
T & CPrivacy PolicyContact Us