Download Now Banner

This browser does not support the video element.

বৰমা ভাগ: বৰপেটা ৰোডৰ চাউলৰ পাইকাৰী বজাৰৰ পৰা লটাৰীসহ তিনিজন বিক্ৰেতাক গ্ৰেপ্তাৰ কৰে বৰপেটা ৰোড আৰক্ষীয়ে

India | Aug 25, 2025
বৰপেটা ৰোড আৰক্ষীয়ে সোমবাৰে তিনিজন অবৈধ লটাৰী বিক্ৰেতাক গ্ৰেপ্তাৰ কৰে।‌ অসমত দৈনিক লটাৰীৰ বিক্ৰী নিষিদ্ধ যদিও দুষ্ট চক্ৰই দীৰ্ঘদিনৰ পৰা বৰপেটা জিলাৰ বিভিন্ন স্থানত বৰ্হিৰাজ্যৰ লটাৰী গোপনে বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।‌ইয়াৰ বিৰুদ্ধে জিলাখনৰ আৰক্ষীয়ে অভিযানো চলাই আহিছে। এনে অভিযানতে সোমবাৰে বৰপেটা ৰোডৰ চাউলৰ পাইকাৰী বজাৰৰ পৰা লটাৰীসহ তিনিজন বিক্ৰেতাক কৰায়ত্ব কৰা হয়।‌
Read More News
T & CPrivacy PolicyContact Us