Download Now Banner

This browser does not support the video element.

সোণাৰি: নাফুকত ভয়ংকৰ পথ দুৰ্ঘটনা, দূৰ্ঘটনাৰ ফলত বিদ্যুৎ যোগান ব্যাহত,ঘটনা স্থলীত উপস্থিত অভয়পুৰ আৰক্ষী

Sonari, Charaideo | Aug 26, 2025
চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰিৰ নাফুকত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। শিল ভৰ্তি ডাম্পাৰ বাগৰিল পথৰ দাঁতিত।ৰেʼল বিভাগৰ কামত নিয়োজিত আছিল ডাম্পাৰখন। অৰুণাচলৰ পৰা শিল বোজাই কৰি আহি থকা ডাম্পাৰখন পুৱতি নিশা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে।ডাম্পাৰখনে এটা বিদ্যুতৰ খুটা মহতিয়াই নিয়াৰ ফলত এটা বৃহত্তৰ অঞ্চলৰ বিদ্যুৎ সৰবৰাহ বন্ধ হৈ পৰে।দূৰ্ঘটনাটোৰ ফলত কম বেছি পৰিমানে ডাম্পাৰখনৰ চালক আৰু হেণ্ডিমেনজন আহত হোৱা বুলি জানিব পৰা গৈছে। কথমপি প্ৰাণ ৰক্
Read More News
T & CPrivacy PolicyContact Us