Install App
nirenkumarsarma
This browser does not support the video element.
বাক্সা: বাগানপাৰাত ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োক শুভেচ্ছা সমৰ্থকৰ
Baska, Baksa | Aug 22, 2025
বাক্সা জিলা বাগানপাৰাত আজি ইউপিপিএলৰ দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰাত শুভেচ্ছা জ্ঞাপন কৰে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োক।দলে কালি বাগানপাৰা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰাত দলৰ সমৰ্থকৰ মাজত আনন্দই কুলাই পাচিয়ে নধৰা হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!