This browser does not support the video element.
টিয়ক: বলমা তিনি আলিত পথ দুৰ্ঘটনা ,নৈশ বাছত প্ৰচণ্ড জোৰে খুন্দা বলেৰ বাহনৰ , আঘাতপ্ৰাপ্ত দুজন
Teok, Jorhat | Sep 10, 2025
টিয়কৰ বলমা তিনি আলিত পথ দুৰ্ঘটনা । নৈশ বাছত প্ৰচণ্ড জোৰে খুন্দা বলেৰ বাহনৰ । আঘাতপ্ৰাপ্ত দুজন । এখন নৈশ বাছ আৰু বলেৰ বাহনৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো । গুৱাহাটী অভিমুখে গৈ থকা নৈশ বাছত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন বলেৰ পিক আপ বাহনে। দুৰ্ঘটনাত বলেৰ বাহন খনৰ চালক আৰু হেণ্ডিমেন ৰঞ্জিত বৰুৱা , বিনয় বৰা আঘাত প্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।