This browser does not support the video element.
নলবাৰী: নলবাৰী খাটকটৰাত নিৰ্মাণ হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথমটো স্মৃতি সৌধ
Nalbari, Nalbari | Oct 3, 2025
নলবাৰীত নিৰ্মাণ হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথমটো স্মৃতি সৌধ। শুকুৰবাৰে দিনৰ প্ৰায় ১২ বজাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উত্তৰ-পূৱ নলবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু খাটকটৰা তথা ইয়াৰ দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত খাটকটৰা চ'কত নিৰ্মাণ কৰা হ’ল প্ৰথমটো স্মৃতি সৌধ। শিল্পী গৰাকীৰ মৃত্যুৰ ১৫ দিনৰ ভিতৰতেই স্থানীয় ৰাইজৰ প্ৰচেষ্টাত নিৰ্মাণ হোৱা স্মৃতি সৌধটো উন্মোচন কৰা হয়। জুবিন গাৰ্গৰ স্মৃতিত আঞ্চলিক সমিতি খনে স্মৃতি সৌধৰ কাষত