Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰী মহাবিদ্যালয়ত গাতে লাগি থকা নলা উন্মুক্ত হৈ থকাৰ বাবে ভয়ংকৰ দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা সাধাৰণ পথাচাৰীৰ

Mankachar, South Salmara-Mankachar | Sep 12, 2025
শুক্ৰবাৰে দিনৰ ২ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়‌ গাতে লাগি থকা নথাত কেইবাটাও ঠাইত থকা উন্মুক্ত নলাৰ ওপৰেদি এনেদৰে বিপদ সংকুল ভাবে পথাচাৰিয়ে যাতায়ত কৰাৰ দৃশ্য । বিভিন্ন সময়ত দল সংগঠনে বিভাগক মেৰামতিৰ দাবী জনাই আহিছিলে কিন্তু আজিও উন্মুক্ত অৱস্থাত আছে । যদিও এবাৰ নাম মাত্ৰ বাহৰ বেৰ দি ঘেৰি দিছিলে কিন্ত আজি উন্মুক্ত।
Read More News
T & CPrivacy PolicyContact Us