Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: বাসুগাঁৱত ১৩ নং চিৰাং সমষ্টিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় শুভ উদ্বোধন , উপস্থিত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক

India | Sep 9, 2025
আজি চিৰাং জিলাৰ অন্তৰ্গত বাসুগাঁৱত ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় শুভ উদ্বোধন কৰা হয়,উক্ত অনুষ্ঠানত প্ৰাক্তন সাংসদ তথা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস , চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়,মণ্ডল সভাপতি ৰঞ্জিত বসুমতাৰী,১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী সৌমখৌৰ ব্ৰহ্ম সহ দলীয় বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us