Download Now Banner

This browser does not support the video element.

সোণাৰি: সোণাৰিত অতি বিষাক্ত চকৰী ফেঁটী সাপ উদ্ধাৰ, প্ৰকৃতি প্ৰেমী জ্যোতিপ্ৰসাদ বৰুৱাই উদ্ধাৰ কৰে সাপডাল

Sonari, Charaideo | Sep 10, 2025
চৰাইদেউ জিলাৰ সোণাৰিত এটা অতিকৈ বিষাক্ত সাপ উদ্ধাৰ। বিষাক্ত সাপডাল পলষ্টাৰ একাডেমীৰ প্ৰধান শিক্ষয়িত্ৰীৰ ঘৰত উদ্ধাৰ কৰা হয়। প্ৰকৃতি প্ৰেমী জ্যোতিপ্ৰসাদ বৰুৱাই উদ্ধাৰ কৰে বিষাক্ত সাপডাল। পলষ্টাৰ একাডেমীৰ প্ৰধান শিক্ষয়িত্ৰী তপতি ভট্টাচাৰ্যৰ বাসগৃহত সাপডাল ওলোৱাত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। লগে লগে প্ৰকৃতি প্ৰেমী জ্যোতিপ্ৰসাদ বৰুৱাক প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে খবৰটো দিয়া। আৰু এই খবৰ পোৱা মাত্ৰকে উক্ত স্থানত উপস্থিত হৈ বহু দেৰি অভিযান চলোৱাৰ অন্তত এটা অতি বিষাক্ত
Read More News
T & CPrivacy PolicyContact Us