This browser does not support the video element.
ওদালগুৰি: তেজিয়ালপাৰা গাঁৱত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে বিধায়ক দূৰ্গাদাস বড়োৱে
Udalguri, Udalguri | Aug 22, 2025
মুদৈবড়ী সমষ্টিৰ তেজিয়ালপাৰা বাথৌ মন্দিৰৰ পৰা চানজৌৰাং হাইস্কুললৈ যোৱা পথটো নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হয়।২০২৫-২৬ বিত্তীয় বৰ্ষৰ RIDFৰ অধীনত নিৰ্মাণ কৰিবলগীয়া চিচি ব্লক পথ আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰি সভা এখনত অংশগ্ৰহণ কৰে বিধায়ক দূৰ্গা দাস বড়োয়ে। ইপিনে পথটো নিৰ্মাণ হৈ উঠিলে অঞ্চলৰ ৰাইজৰ বহু দিনীয়া অভাৱ পুৰণ হ'ব বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে।