Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: লাহোৱালৰ নাহৰসাঁকুত বিদ‍্যুতৰ খুঁটা উভালি বিদ‍্যুৎস্পৃষ্ট মৃত্যু তিনিটা পশুধনৰ, বিদ‍্যুৎ বিভাগৰ গাফিলতিৰ অভিযোগ

Dibrugarh East, Dibrugarh | Aug 31, 2025
বিদ‍্যুৎ বিভাগৰ গাফিলতিৰ বাবেই লাহোৱালৰ নাহৰসাঁকুত কৰুণ মৃত্যু তিনিটা পশুধনৰ। কৃষক তথা গোপালকৰ মাজত সৃষ্টি হৈছে হাঁহাকাৰ। নিশা এজাক মুখলধাৰ বৰষুণৰ মাজতেই পথাৰত বিদ‍্যুতৰ খুঁটা উভালি পৰাত আজি ৰবিবাৰে পুৱা ৯:৩০ বজাত বিদ‍্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু হয় তিনিটা পশুধনৰ।
Read More News
T & CPrivacy PolicyContact Us