Install App
bpranjal752
This browser does not support the video element.
নগাঁও: গনেশ বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্য,ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ বিভিন্ন স্থানতো গনেশ চতুৰ্থী অনুষ্ঠিত
Nagaon, Nagaon | Aug 27, 2025
বুধবাৰে গনেশ চতুৰ্থী।গনেশ বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্য।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বুধবাৰে বিয়লি প্ৰায় চাৰি মান বজাত নগাঁৱৰ বিভিন্ন স্থানত বাবা গণেশৰ পূজা-অৰ্চনা কৰে ভকত বৈষ্ণৱে । পুৰোহিতৰ মন্ত্ৰ উচ্ছাৰণ আৰু টিলিঙাৰ মধুৰ শব্দৰে মুখৰিত হৈ পৰিছে পূজাস্থলী ।স্থানীয় ভক্তৰ উপস্থিত হৈ প্ৰভূ গনেশ মূৰ্তিৰ ওচৰত চাকি-ধূপ আৰু শৰাই আগবঢ়াই সকলোৱে নিজৰ লগতে ৰাজ্যবাসীৰ কুশল মঙ্গল কামনা কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!