This browser does not support the video element.
নগাঁও: ৰাজীৱ ভৱনৰ সমীপত উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি
Nagaon, Nagaon | Sep 1, 2025
নগাঁও জিলাৰ ৰাজীৱ ভৱনৰ সমীপত উত্তপ্ত পৰিস্থিতি ।আৰক্ষীৰ উপস্হিতিত পৰিবেশ নিয়ন্ত্ৰণলৈ আহে বিজেপি দলে ৰাজীৱ ভৱন ঘেৰাও কৰাক লৈ সৃষ্টি হয় কংগ্ৰেছ আৰু বিজেপি দলৰ মাজত এক হুলস্হূল পৰিবেশৰ। ফলত ততাতৈয়াকৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে কংগ্ৰেছ দলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেখেতৰ মাতৃক লৈ কৰা অশালীন মন্তব্যৰ বিৰোধীতাৰে আজি বিজেপিয়ে সাব্যস্ত কৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ । আজি ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ নগাঁৱতো প্ৰতিবাদ