Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: ঝুমুইৰ বিনন্দিনীক বিশ্ব ৰেকৰ্ডত অন্তৰ্ভুক্ত হোৱাৰ পৰা বঞ্চিত কৰাৰ অভিযোগত সদৰত সংবাদমেল জাতীয় চাহ শক্তিৰ

Dibrugarh East, Dibrugarh | Sep 9, 2025
আজি মঙ্গলবাৰে দিনৰ ২ বজাত ডিব্ৰুগড় সাহিত্য সভা ভৱনত অসম জাতীয় পৰিষদৰ  ভাতৃ সংগঠন জাতীয় চাহ শক্তিয়ে এক সংবাদমেল সম্বোধন কৰে। চৰকাৰে বিশ্ব ৰেকৰ্ড কৰিম বুলি ঝুমুইৰ বিনন্দিনী অনুষ্ঠিত কৰি অসমৰ ৮৮৮৮ গৰাকী ঝুমুইৰ নৃত্য শিল্পী আৰু ৰাজ‍্যৰ লাখ লাখ আদিবাসী আৰু চাহ জনগোষ্ঠী লোকক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত কৰি সংবাদমেল সম্বোধন কৰে।
Read More News
T & CPrivacy PolicyContact Us