Download Now Banner

This browser does not support the video element.

দলগাঁও ভাগ: সুধাকন্ঠৰ ৯৯ সংখ্যক ওপজা দিন উপলক্ষে ড০ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ দৰংৰ উদ্যোগত অনুষ্ঠিত প্ৰভাত ফেৰী

Dalgaon Part, Darrang | Sep 8, 2025
আজি সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ ৯৯ সংখ্যক ওপজা দিন,সোমবাৰে পুৱা প্ৰায় ৮ মান বজাত ডঃ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ,দৰং ৰ উদ্যোগত অনুষ্ঠিত কৰে প্ৰভাত ফেৰীৰ।সমগ্ৰ ৰাজ্যৰ লগতে সুধাকণ্ঠৰ স্মৃতি জীয়াই ৰখাৰ এক অনন্য প্ৰয়াস ডঃ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ।ডঃ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ,দৰং ৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে মঙলদৈ ভূপেন হাজৰিকা উদ্যানত আয়োজন কৰিছে সুধাকন্ঠৰ ওপজা দিন ।প্ৰথম কাৰ্যসূচী হিচাবে মঙলদৈ চহৰৰ মাজেৰে আয়োজন কৰে প্ৰভাত ফেৰীৰ । অনাতাঁৰ শিল্
Read More News
T & CPrivacy PolicyContact Us