Download Now Banner

This browser does not support the video element.

সোণাৰি: লংপতীয়াত নিজ পত্নীক চোকাদাৰে উপৰ্যুপৰি ঘপিয়াই স্বামীয়ে ললে চৰম সিদ্ধান্ত, পতি বকুল গগৈয়ে কৰিলে আত্মহনন, তীব্ৰ চাঞ্চল্য

Sonari, Charaideo | Sep 12, 2025
সোণাৰিৰ লংপতীয়াত লোমহৰ্ষক ঘটনা।পাৰিবাৰিক কণ্ডলৰ কৰুণ পৰিণতি।পত্নীক চোকাদাৰে উপৰ্যুপৰি দাৰে ঘপিয়াই স্বামীয়ে ললে চৰম সিদ্ধান্ত।সোণাৰিৰ লংপতীয়া কেচাখোৱা চুকৰ বকুল গগৈয়ে যোৱা নিশা পত্নী অনিমা গগৈক দাৰে ঘপিয়াই গুৰুতৰ ভাবে আহত কৰি বাসগৃহৰ পৰা পলায়ন কৰে।নিশায়ে স্হানীয় ৰাইজে সংকট জনক অৱস্হাত পত্নী অনিমাক ৰজাপুখুৰিস্হিত চৰাইদেউ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয় কতৃপক্ষই উন্নত চিকিৎসাৰ বাবে ডিব্রুগড়লৈ প্ৰেৰণ কৰে।ইফালে আজি পুৱা অঞ্চলটোৰ এখন আওহতীয়া স্হানত চৰম সিদ্ধান্
Read More News
T & CPrivacy PolicyContact Us