Install App
shivbhakti
This browser does not support the video element.
ৰঙিয়া ভাগ: ৰঙিয়াত কৃত্রিম বানৰ কবলত শ শ বিঘা কৃষি ভূমি,সংকটত শতাধিক কৃষক, বিগত ২মাহ ধৰি সমস্যাত কৃষক ৰাইজ #jansamasya
Rangia Part, Kamrup | Aug 11, 2025
ৰঙিয়াত কৃত্রিম বানৰ কবলত শ শ বিঘা কৃষি ভূমি। সংকটত কৃষকৰ জীৱিকা। ৰঙিয়াৰ উদিয়ানা, ভাতকুছি, কেকোৱাহাটী আৰু গৰিয়াকোঠৰ শতাধিক কৃষকৰ জীৱন-জীৱিকা সংকটত। সোমবাৰে ভুক্তভোগী কৃষক ৰাইজে জনালে সংবাদ মাধ্যমৰ আগত। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আশে পাশে নিৰ্মিত কেইবাখনো দলঙৰ কাষত নিৰ্মিত বৃহৎ দেৱালৰ বাবে সমস্যাত কৃষক ৰাইজ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!