Install App
bpranjal752
This browser does not support the video element.
নগাঁও: নগাঁৱৰ কঠীয়াতলীত পথ দুৰ্ঘটনাত এজন বাইক আৰোহী গুৰুত্ব ভাৱে আহত হয়,স্থানীয় ৰাইজৰ তৎপৰতাত চিকিৎসালয়ত ভর্তি আহত এগৰাকীক
Nagaon, Nagaon | Sep 6, 2025
নগাঁৱৰ কঠীয়াতলীত পথ দুৰ্ঘটনাত৷ শনিবাৰে দিনৰ প্ৰায় ১২ মান বজাত সংঘটিত পথ দূৰ্ঘটনাত এজন বাইক আৰোহী গুৰুত্ব ভাৱে আহত হয়। ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত কঠীয়াতলীত তীব্ৰবেগী বাইকে খুন্দা মাৰে ৰৈ থকা আলট্ৰা বাছত ৷প্ৰচণ্ড খুন্দা মৰাৰ ফলত বাইক আৰোহী জন গুৰুত্ব ভাৱে আহত হয় ৷আহত যুৱক জন ৰণথলী মৌখাতি গাঁৱৰ মৃগাংক দাস। বাছ খনৰ নম্বৰ এ এছ ০৫ চি ৬৪২৮ আৰু বাইক নং এ এছ ০২ এ ইউ ৫৪৫২
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!