This browser does not support the video element.
বৰপেটা: চিতু বৰুৱাহতে জাতিৰ নামত ভণ্ডামি, দালালি আৰু গুণ্ডাগিৰি কৰি আছে বুলি মেধিৰটাৰিত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদকৰ মন্তব্য
Barpeta, Barpeta | Aug 21, 2025
চিতু বৰুৱাহতে জাতিৰ নামত ভণ্ডামি, দালালি আৰু গুণ্ডাগিৰি কৰি আছে ৷ অম্বিকাগীৰি ৰায় চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, হোমেন বৰগোহাঞি, শ্বহীদ পৰাগ কুমাৰ দাস আৰু নগেন শইকীয়াই মিয়াক অসমীয়া জাতিৰ অংগ বুলি স্বীকৃতি দি গৈছে বুলি ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক আশ্ৰাফুল ইছলামে মন্তব্য কৰে । চিতু বৰুৱাহতক অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান জনায় । চিতু বৰুৱাহতক এইদৰে জাতীয়তাবাদৰ পাঠ দিয়ে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক আশ্ৰাফুল ইছলামে ৷