Install App
ziaulali
This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: গোগামুখৰ পৰা ঘিলামৰা সংযোগী বিধস্ত পথ মেৰামতিৰ দাবীত নগৰত আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ সচেতন নাগৰিক সমাজৰ
North Lakhimpur, Lakhimpur | Sep 6, 2025
গোগামুখৰ পৰা ঘিলামৰা সংযোগী প্ৰায় ২০ কিলোমিটাৰ সদাব্যস্ত ৰাজ্যিক ঘাইপথ সম্প্রতি অতি জৰীজীন ও বিধস্ত হৈ পৰাত যাতাযতৰ বাবে সমূলি দুর্বিসহ হৈ পৰিছে। উক্ত পথচোৱা মেৰামতিৰ দাবীত শনিবাৰে উত্তৰ লখিমপুৰ নগৰত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মৰক পত্ৰ প্ৰেৰণ কৰে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!