Download Now Banner

This browser does not support the video element.

বাক্সা: মুছলপুৰত বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

Baska, Baksa | Sep 1, 2025
মুছলপুৰত আজি বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন দলৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বাগানপাৰা পৰিষদীয় সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী তথা বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, দিহিৰা পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী তথা এমচিএলএ ঘনশ্যাম দাস, ইউপিপিএলৰ প্ৰাৰ্থী তথা বিধায়ক ভূপেন বড়ো, জিএজপিৰ ঘনশ্যাম দাস আৰু কোকলাবাৰী সমষ্টিৰ প্ৰাৰ্থী মন্টু বড়োৱে মনোনয়ন দাখিল কৰে।
Read More News
T & CPrivacy PolicyContact Us