This browser does not support the video element.
ডুমডুমা: হজৰত মহম্মদৰ ১৫০০ বছৰ জন্মদিন উপলক্ষে ছেঙেলীজানত মহম্মদী বিশাল শোভাযাত্ৰা বাহিৰ
Doom Dooma, Tinsukia | Sep 5, 2025
শুকুৰবাৰে পুৱা প্ৰায় ১১ বজাত তিনিচুকীয়া জিলাৰ ছেঙেলীজান মছজিদ সমিতিৰ উদ্যোগত জুলুচ-এ-মোহাম্মদে নামেৰে এক বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয়৷ হজৰত মহম্মদৰ ১৫শ বছৰীয়া জন্মদিন উপলক্ষে বৰহাপজনৰ ইছলাম ধৰ্মী লোকসকলে মহম্মদী বিশাল শোভাযাত্ৰা বাহিৰ কৰে৷ সহস্ৰাধিক লোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ।