Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱত বিপিএফৰ যোগদান সভা অনুষ্ঠিত, উপস্থিত কাজলগাঁও সমষ্টিৰ পাৰিষদ পানীৰাম ব্ৰহ্ম

India | Aug 14, 2025
কাজলগাঁও সমষ্টিৰ পাৰিষদ পানীৰাম ব্ৰহ্মৰ উপস্থিতিত বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ২৯ গৰাকী লোকে আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে ,আজিৰ এই যোগদান কাৰ্যসূচীৰ কাজলগাঁও সমষ্টিৰ পাৰিষদ পানীৰাম ব্ৰহ্ম সহ দলীয় বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে ।
Read More News
T & CPrivacy PolicyContact Us