Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: সাংবাদিক হিৰণ্য বৰাক দূৰ্বৃত্তই আক্ৰমণ কৰাকলৈ উচিত তদন্তৰ বাবে সদৰত আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ জিলা সাংবাদিক সন্থাৰ
Dibrugarh East, Dibrugarh | Oct 4, 2025
এটা টেলিভিছন চেনেলৰ ডিব্ৰুগড়ৰ সাংবাদিক হিৰণ্য কৌশিক বৰাক কালি নিশা কোনো দূৰ্বৃত্তই আক্ৰমণ কৰাক লৈ গৰজি উঠিছে ডিব্ৰুগড়ৰ সাংবাদিক সন্থাই। দুখীক চিনাক্ত কৰি কতি শীঘ্ৰে আইনগত ব্যৱস্থা লবলৈ আজি শনিবাৰে দীনৰ ১২ বজাত সদৰত ডিব্ৰুগড় জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰেৰণ কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ লগতে ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!