Download Now Banner

This browser does not support the video element.

বৰমা ভাগ: বৰপেটাৰোডত আৰশাদ মাদানী,মাহমুদ মাদানী,ছৈয়দা হামিদৰ বিৰুদ্ধে হিন্দু সুৰক্ষা সেনাৰ উত্তাল প্ৰতিবাদ, পুত্তলিকা দাহ

India | Aug 28, 2025
বৰপেটাৰোডত হিন্দু সুৰক্ষা সেনা অসমে আৰশাদ মাদানী,মাহমুদ মাদানী,ছৈয়দা হামিদৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷অসমত জেহাদী দৰে অপশক্তি তথা জামিয়ত উলেমা-ই-হিন্দ সংগঠনৰ কেইগৰাকীমান মৌলনাই অসমক লৈ তুচ্ছ তাৎছিল্য মন্তব্য কৰাৰ উপৰিও অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰা মন্তব্যক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে অসম তথা ভাৰতত বাংলাদেশীৰ অনুপ্ৰৱেশক নায্যতা প্ৰদান কৰা ভাষ্যক লৈ ছৈয়দা হামিদৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰে সংগঠনটোৱে
Read More News
T & CPrivacy PolicyContact Us