Download Now Banner

This browser does not support the video element.

নগাঁও: চামগুৰিত কংগ্ৰেছৰ গৃহ কণ্ডল, সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া কংগ্ৰেছ কৰ্মীৰ

Nagaon, Nagaon | Sep 13, 2025
চামগুৰিত কংগ্ৰেছৰ গৃহকণ্ডল।আগন্তুক বিধানসভা নিৰ্বাচন চমু চাপি আহিছে। শক্তিশালী দুৰ্গ হিচাপে পৰিচিত চামগুৰি সমষ্টিত কংগ্ৰেছৰ মাজত তীব্ৰ বিসম্বাদ। তাঞ্জিল হুছেইনৰ প্ৰাৰ্থীত্বক লৈ উত্তালতা।প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনৰ সম্ভাৱ্য প্ৰাৰ্থীত্বৰ বিৰুদ্ধে বিদ্ৰোহ।একাংশ জ্যেষ্ঠ কৰ্মী আৰু সমৰ্থকে স্পষ্টকৈ ঘোষণা –
Read More News
T & CPrivacy PolicyContact Us