This browser does not support the video element.
ধুবুৰী ভাগ: চহৰত অৰুনোদয় দিয়াৰ নামত ব্যাপক খেলিমেলিৰ অভিযোগ
Dhubri Part, Dhubri | Sep 8, 2025
টকা নিদিয়াৰ বাবেই শাৰীৰিক ভাৱে সক্ষম ব্যক্তি তথা বিধবা মহিলা সকলক বঞ্চিত কৰি টকাৰ বাবদত ধনি আৰু নিজৰ আত্মীয়ক অৰুনোদয় দিয়াৰ অভিযোগ । টকা দিয়ক অৰুণোদয় আঁচনি লাভ কৰা বাছনি কমিটিৰ সদস্যৰ বিৰুদ্ধে জিলা আয়ুক্ত দিলে অভিযোগ।