Download Now Banner

This browser does not support the video element.

মৰিগাঁও: বাখৰবড়ীত মিলনজ্যোতি সংঘই অনুষ্ঠিত কৰা গুৰুজনাৰ তিৰোভাৱ তিথিত উপস্থিত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য

Marigaon, Morigaon | Aug 25, 2025
জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিৰ পুণ্য দিনটোত মৰিগাঁৱৰ বাখৰবড়ী মিলনজ্যোতি সংঘৰ উদ্যোগত বাখৰবড়ী এক শৰণ জনজাতি সংঘৰ নামঘৰত গুৰুজনাৰ তিথি অনুষ্ঠিত কৰা হয়। তিথি উপলক্ষে আয়োজিত পবিত্ৰ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানভাগত আজি ভকত-বৈষ্ণৱৰ সৈতে অংশগ্ৰহণ কৰে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। মুখ্য কাৰ্য্যবাহী সদস্য জনৰ সৈতে পৰিষদৰ অন্য কেইবাজনো সদস্য উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us