Download Now Banner

This browser does not support the video element.

তামুলপুৰ: গোৰেশ্বৰৰ বৰঘুলি হাইস্কুল খেলপথাৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Tamulpur, Baksa | Sep 11, 2025
গোৰেশ্বৰৰ বৰঘুলি হাইস্কুল খেলপথাৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।সমাগত বিটিচি নির্বাচন,নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ককালত তঙালি বান্ধিছে শাসক বিৰোধী ৰাজনৈতিক দলৰ নেতা কৰ্মী সকলে । বিশেষকৈ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্রার্থী দেৰহাছাৰ নাৰ্জাৰীৰ সমৰ্থনত বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ নির্বাচনী প্ৰচাৰ চলাই উপস্থিত ৰাইজক উন্নয়ণৰ
Read More News
T & CPrivacy PolicyContact Us