Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: লিডুত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন

Margherita, Tinsukia | Sep 28, 2025
জুবিন বিহীন অসম আজি দহ দিনে শোক স্তব্ধ । দেওবাৰে ধৰ্মীয় ৰীতি নীতিৰে বীৰ লাচিত সেনা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি ,লিডু শাখা তথা স্থানীয় দল সংগঠনৰ উদ্যোগত লিডু বাসী ৰাইজৰ সহযোগত লিডু ৰেলৱে ষ্টেচনৰ প্ৰাংগণত আয়োজন কৰা হয় মৰমৰ শিল্পী গৰাকীৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ । বিয়লি প্ৰায় ৩ বজালৈকে অনুষ্ঠিত অনুষ্ঠানত তেখেতৰ পবিত্ৰ আত্মাই যাতে স্বৰ্গত স্থান পাই তাৰে কামনা কৰে ।
Read More News
T & CPrivacy PolicyContact Us