বৰপেটাৰোডৰ খয়ৰাবাৰীত গোৱৰ্দ্ধনা মণ্ডল বিজেপিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় ৷ উক্ত সাধাৰণ সভাত বিটিআৰৰ নিৰ্বাচন সম্পৰ্কে আলোচনা কৰা হয় ৷ খয়ৰাবাৰীত অনুষ্ঠিত গোৱৰ্দ্ধনা মণ্ডল বিজেপিৰ সাধাৰণ সভা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অংশ গ্ৰহণ কৰে ৷ মন্ত্ৰী গৰাকীয়ে বিজেপিৰ কাৰ্যকৰ্তা সকলক বিটিআৰৰ নিৰ্বাচন সম্পৰ্কে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷