Download Now Banner

This browser does not support the video element.

মানকাচৰ: জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনত বিভিন্ন গাওঁত চলায় এইডৰ ওপৰত সজাগতা সভা

Mankachar, South Salmara-Mankachar | Aug 27, 2025
বুধবাৰে আবেলি আনুমানিক ৩ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলা খনৰ মানুল্লাপাৰা,পেচাৰকান্ধি আৰু বামুন পাৰাত চলায় এইডৰ ৰ ওপৰত সজাগতা সভা। উল্লেখ্য যে এইডচ ৰ দ্ৰাৰা আক্ৰান্ত নোহোৱাৰ বাবে ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে ইতিমধ্যে গাওঁৰ ভিতৰুৱা অঞ্চলবোৰত ৰাইজমেল পাতি ৰাইজক এইডচ কেনেদৰে হ'ব পাৰে আৰু কি কি সাৱধানতা লব লাগে তাৰ আভাস দিয়ে।
Read More News
T & CPrivacy PolicyContact Us