Install App
jerina7
This browser does not support the video element.
তিনিচুকীয়া: লাইপুলিস্থিত মহন টয়টা নামৰ ডিলাৰত ডিলাৰ কতৃপক্ষই ২০২৪ চনৰ বাহন ২০২৫ চনৰ বুলি বিক্ৰী কৰাৰ অভিযোগ গ্ৰাহকৰ
Tinsukia, Tinsukia | Sep 13, 2025
অভিযোগ অনুসৰি যোৱা ৩ ছেপ্তেম্বৰত তিনিচুকীয়াৰ লাইপুলিস্থিত মহন টয়টা নামৰ ডিলাৰৰ পৰা ফিল'বাৰী চিকৰাজান গাঁৱৰ ববিতা মৰাণ নামৰ মহিলাগৰাকীৰ নামত ক্ৰয় কৰিছিল টয়টা কোম্পানীৰ এখন Glanza বাহন। ঘটনা পোহৰলৈ অহাত গ্ৰাহকগৰাকীয়ে ডিলাৰ কতৃপক্ষক অৱগত কৰাত দল সংগঠনৰ অনুৰোত বিয়লি প্রায় ৫ বজাত ডিলাৰ কতৃপক্ষই ঘটনাৰ সত্যতা স্বীকাৰ কৰি গ্ৰাহকগৰাকীক এখন নতুন বাহন দিবলৈ মান্তি হয়
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!