This browser does not support the video element.
বালিজানা: গোৱালপাৰা মহাবিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তী উদযাপন
Balijana, Goalpara | Sep 8, 2025
গোৱালপাৰা মহাবিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তী উদযাপন। নামনি অসমৰ ঐতিহ্যমণ্ডিত গোৱালপাৰা মহাবিদ্যালয়তো আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তী উলহ মালহৰে উদযাপন কৰা হয়। পুৱা ৭ বজাত মহাবিদ্যালয়ৰ সন্মুখত থকা সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা মাল্যৰ্পন কৰে জিলা আয়ুক্ত প্ৰদীপ টিমুংয়ে।