Download Now Banner

This browser does not support the video element.

নগাঁও: চামগুৰি সমষ্টি ভাটিয়াখালী গাঁও পঞ্চায়তত বিজেপিৰ জনসম্পৰ্ক অভিযান অনুষ্ঠিত

Nagaon, Nagaon | Sep 9, 2025
চামগুৰি সমষ্টি ভাটিয়াখালী গাঁও পঞ্চায়তত বিজেপিৰ জনসম্পৰ্ক অভিযান অনুষ্ঠিত ।মঙলবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত ভাটিয়াখালী পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টিৰ ১৭০ নং বুথ সমিতি নৱীকৰণৰ সভা অনুষ্ঠিত ।ভাটিয়া খালী পঞ্চায়তৰ প্ৰভাৰী আবু হানিফাৰ লগতে উক্ত সভাত স্থানীয় জ্যেষ্ঠ কাৰ্যকৰ্তা হাৰুন ৰচিত খান , নজমুল হুছেইন, শক্তিকেন্দ্ৰৰ প্ৰমুখ, বুথ সভাপতিৰ লগতে বিজেপিৰ দলীয় কৰ্মকৰ্তা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us