Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ শান্তিপুৰত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ভ্ৰমণ
India | Sep 3, 2025
দলীয় সতীৰ্থ সকলৰ সৈতে চিনাকিৰ বাবে হাগ্ৰামা মহিলাৰীৰ ভ্ৰমণ,চিৰাং দুৱাৰ সমষ্টিত খাম্পা বৰগৈয়াৰীক টিকট দিয়া মানে ইউপিপিএলে পানিছমেন্ট দিছে খাম্পা বৰগৈয়াৰী ইয়াত জয়ী নহয়,চিৰাং দুৱাৰ সমষ্টি বাসীলৈ আমি কাম কৰিম এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো সমস্যা লৈ বিপিএফে কাম কৰিব ইয়াত।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!