Install App
mokib786
This browser does not support the video element.
মানকাচৰ: মানকাচৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আৰক্ষীৰ অভিযানত আটক দুই ড্ৰাগছ সৰবৰাহকাৰীসহ জব্দ সন্দেহযুক্ত হেৰ'ইন
Mankachar, South Salmara-Mankachar | Sep 2, 2025
মঙ্গলবাৰে নিশা আনুমানিক ৯ বজাত মানকাচৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত মান কাছৰ থানা এলেকাৰ জোৰডাঙাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়।উক্ত অভিযানত ২ খন চাবোন বাকচ ভৰ্তী ২২ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন সহ দুগৰাকী কৈ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে মানকাচৰ থানা এলেকাৰ বুলি জানিব পৰা গৈছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!