Download Now Banner

This browser does not support the video element.

বাঘবৰ: মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ত আয়োজিত ৰাষ্ট্ৰীয় আলোচনা চক্ৰত বিধায়ক শ্বেৰমান আলী আহমেদৰ অংশগ্ৰহণ

Baghbor, Barpeta | Sep 11, 2025
মন্দিয়া আঞ্চলিক মহাবিদ্যালয় আৰু বাঘবৰ মডেল ডিগ্ৰী কলেজৰ উদ্যোগত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় আলোচনা চক্ৰ আয়োজন কৰা হয় ৷ উক্ত আলোচনা চক্ৰত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে অংশগ্ৰহণ কৰে ৷ আলোচনা চক্ৰত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে শিক্ষানুষ্ঠানসমূহ ছাত্ৰ-ছাত্ৰীৰ সৈতে সমাজৰ ‘পৰিৱৰ্তনকাৰী’ হ’ব লাগে আৰু বিশ্ববিদ্যালয় আৰু শিক্ষা ব’ৰ্ডসমূহে কেৰিয়াৰ গাইডেন্স পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিব পাৰে নেকি সেই বিষয়ে চিন্তা কৰিব লাগে বুলি গুৰুত্বপুৰ্ণ ভাষণ প্ৰদান কৰে ৷
Read More News
T & CPrivacy PolicyContact Us