Download Now Banner

This browser does not support the video element.

বৰপেটা: জিলা গ্ৰামীণ উন্নয়ন অভিকৰণৰ প্ৰেক্ষাগৃহত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া উপস্থিতিত হস্ততাঁত আৰু হস্তশিল্পৰ কৰ্মশালা

Barpeta, Barpeta | Aug 27, 2025
বৰপেটা জিলাৰ হস্ততাঁত আৰু হস্তশিল্প খণ্ডৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ লগত জড়িত উদ্যোগী আৰু শিল্পীসকলক উদ্যোগ বিভাগৰ জৰিয়তে আগবঢ়াই নিয়াৰ লক্ষ্যৰে বুধবাৰে এখন কৰ্মশালা অনুষ্ঠিত হয়। জিলা গ্ৰামীণ উন্নয়ন অভিকৰণৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাৰ জৰিয়তে জিলাখনৰ ২৫০ গৰাকী উদ্যোগী তথা শিল্পীক বিশেষভাবে আগবঢ়াই নিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।‌ বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহা প্ৰৱন্ধকো উপস্থিত থাকে ৷
Read More News
T & CPrivacy PolicyContact Us