Download Now Banner

This browser does not support the video element.

নগাঁও: 'মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত কেলেংকাৰীত, এপিএছচি সংস্থাটোৰ লগত সম্পৰ্ক মুখ্যমন্ত্ৰীৰ', নগাঁৱত লুৰীণজ্যোতি গগৈৰ মন্তব্য

Nagaon, Nagaon | Aug 23, 2025
মূখ্যমন্ত্ৰী নিজৰ পৰিয়াল জড়িত কেলেংকাৰীত । APSC সংস্থাটোৰ লগত ওচৰ সম্পৰ্ক মূখ্যমন্ত্ৰীৰ ।এসময়ত মূখ্যমন্ত্ৰীয়ে সকলো বন্ধু বৰ্গক চাকৰি দিছে , ঘৰৰ মানুহক চাকৰি দিছে । তালিকা কব পাৰিব অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে । ট্ৰাইবেল জাতিটোক এক প্ৰকাৰ টাৰগেট কৰি লৈছে মূখ্যমন্ত্ৰীয়ে ।কেলেংকাৰীৰ লগত জড়িত বেছি উচ্চাৰিত নামটোৱে মূখ্যমন্ত্ৰী ।
Read More News
T & CPrivacy PolicyContact Us