Install App
chirangnews494
This browser does not support the video element.
বিজনী ভাগ: বিজনীৰ উলুবাৰীত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ মুকলি সভাত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা
Bijni Part, Chirang | Aug 10, 2025
চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ আজি মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পিযুস হাজৰীকা উপস্থিত হৈ সূত্ৰধৰ জনগোষ্ঠীৰ শিক্ষাৰ ক্ষেত্ৰত আৰু অধিক গুৰুত্ব দিবলৈ সংগঠনটোক আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!