This browser does not support the video element.
চিৎকিবাৰীত নিশা গৰু চোৰৰ অভিযান বিফল, ঘটনা সন্দৰ্ভত হাছেম আলীৰ প্ৰতিক্ৰিয়া,আৰক্ষীক গৰু চোৰৰ বিৰুদ্ধে ব্যবস্থা লবলৈ দাবী
Manikpur, Bongaigaon | Sep 1, 2025
বৃহত্তৰ মানিকপুৰ অঞ্চলৰ বিভিন্ন গাঁৱত গৰু চোৰে তাণ্ডৱ চলাই থকা মাজতে চিৎকিবাৰীত গৰু চোৰে চুৰিৰ ঘটনা দিবলৈ আহিছিল, কিন্তু বিফল হৈছে গৰু চোৰে । উক্ত ঘটনা সন্দৰ্ভত সোমবাৰে হাছেম আলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীক গৰু চোৰৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । হাছেম আলীয়ে কয় যে নিশা আনুমানিক ৩ মান বজাত গোহালি ঘৰত শব্দ শুণিবলৈ পায় আৰু উঠি পত্যক্ষ কৰে যে চোৰে গৰু গাড়ীত উঠাই আছে তেতিয়া গৃহস্থই চিঞৰ বাখৰ কৰাত চোৰে গৰু এৰি পলায়ন কৰে।