This browser does not support the video element.
মাৰ্ঘেৰিটা: টিংৰাইত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ১৫ লাখ ৯৫ হাজাৰ টকাৰ চিকিৎসা সাহায্য বিতৰণ বিধায়ক সুৰেন ফুকনৰ
Margherita, Tinsukia | Aug 25, 2025
টিংৰাইত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ১৫ লাখ ৯৫ হাজাৰ টকাৰ চিকিৎসা সাহায্য বিতৰণ বিধায়ক সুৰেন ফুকনৰ । ডিগবৈ সমষ্টিৰ অন্তৰ্গত আৰু জটিল ৰোগ যেনে কেঞ্চাৰ,হাৰ্টৰ ৰোগ,কিডনি বিকল,ডায়েলেছিচ কৰি থকা,জ্বলি যোৱা আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ১৪০০ গৰাকী ৰোগীৰ পৰিয়ালৰ হাতত সোমবাৰে পুৱা প্ৰায় ৯ ,বজাত মুঠ ১৫ লাখ ৯৫ হাজাৰ টকাৰ চেক বিধায়কৰ কাৰ্যালয়ত ৰোগী সকলৰ লগতে আত্মীয়ৰ হাতত অৰ্পণ কৰে বিধায়ক গৰাকীয়ে ।