This browser does not support the video element.
ধুবুৰী ভাগ: মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে চহৰত NSUI’ৰ প্ৰতিবাদ
Dhubri Part, Dhubri | Aug 30, 2025
ধুবুৰী ৰাজীৱ ভৱনত অসম চৰকাৰৰ মন্ত্ৰী শ্ৰীযুত অশোক সিংঘালে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক অপমান সূচক বক্তব্যৰ বিৰুদ্ধে ধুবুৰী জিলা কংগ্ৰেছ আৰু জিলা NSUIৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচীৰ পালন কৰে। অশোক সিংঘাল হায় হায় আদি শ্লগানৰে প্ৰতিবাদ কৰে কংগ্ৰেছ কৰ্মী সকলে ৷ উল্লেখ যোগ্য কিছুদিন পুৰ্বে এটি ৰাজনৈতিক ৰাজহুৱা সভাত কংগ্ৰেছক উদ্দেশ্যি অপমান সূচক মন্তব্যক কেন্দ্ৰ কৰি ৰা