Download Now Banner

This browser does not support the video element.

বাক্সা: তামুলপুৰৰ কুমাৰীকাটা মছজিদত ৰাইজৰ সৈতে মত-বিনিময় কৰে বিধায়ক জলেন দৈমাৰীয়ে

Baska, Baksa | Aug 24, 2025
আজি তামুলপুৰৰ কুমাৰীকাটা মছজিদত ৰাইজৰ সৈতে মত বিনিময় কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে। বিধায়ক জলেন দৈমাৰীয়ে আজি ৰাইজৰ সৈতে মত বিনিময় কৰি ভিন্ন সমস্যাৰ বুজ লোৱা পৰিলক্ষিত হয়। শীঘ্ৰেই চৰকাৰী আঁচনিকে ধৰি ৰাইজৰ ভিন্ন সমস্যা সমাধান কৰাৰ অশ্বাস দিয়ে বিধায়ক জলেন দৈমাৰীয়ে। বিধায়ক জলেন দৈমাৰীক দলীয় নেতা কৰ্মীয়ে সংগ দিয়ে।
Read More News
T & CPrivacy PolicyContact Us